Menu

Friday, 3 May 2013

Muga [ মুগা ]



Muga [ মুগা ] Silk Is The Pride Of Assam In The World, This Equement Used In Sericulture,Is Is Full Procees Known  As Sericulture,Seri Is A Latin
Word Which Means Silk And Cultur Is To Rear,The Muga Found In Jungle Or Home They Eat Kashlu Or
Sum Tree Leavs, Therefore, Sericulture Means The Raising Or Rearing Of Silkworms For The Production Of Silk. [ মুগা অসসমৰ হাবিত বা ঘৰত ওপৰৰ সজুলী সমুহ ব্যৱহাৰ কৰি পুহা হয়,মুগা পলু কেচেলু নাইবা চুম গছৰ পাত খায়,দিন হোৱাৰ লগে লগে ই পকিবলৈ ধৰে আাৰু গছৰ পাতত ইহতৰ পৰা উলোৱা আঠা পৰা বাহ সাজি লয়,কিছু দিনৰ পাছত ই ছাল সলাই ই মুগা সদৃশ হয় আৰু খোৱাৰ উপযোগী হয় আৰু ইয়াৰ বাহটো যতৰঁত বা মেচিনত কাটি লৈ মুগা কাপোৰ তৈয়াৰ কৰা হয় ]                                                                 

Dakhi Jall [ ধেকী জা ল ]

Dakhi Jall [ ধেকী জা ল ] Assamese Traditional Fish Catching Equipment,Its Made From Bambo And Neet,Dakhi Jaal Avaiable Only On Assam And Its Show On River Of Assam [ ধেকী জাল অসসমৰ পুৰণা মাছ ধৰা সজুলী,বাহঁ পৰা তৈয়াৰ কৰি এখন জালৰ লগত স৺যোগ কৰি নৈত পাতি থৈ অহা হয়,ধেকী জাল অকল অসমত হে দেখিবলৈ পোৱা যায় ]

Hunaru Phool [ সোণাৰু ফুল ]

Hunaru Phool [ সোণাৰু ফুল ] Which Is Also Known As Cassia Fistula Golden Shower Tree And In Assamese As Sonaru Is a Flowering Plant In The Family Fabaceae,It Is Popular Ornamental Plant And Is And Herbal Medicine [ সোণাৰু ফুল ইয়াক ই৺ৰাজীত Cassia Fistula বুলি কোৱা হয়,ইয়াৰ ৰ৺ সোণালী ৱৰণৰ বাবে ইয়াক সোণৰ ফুল বুলিও কোৱা হয়,সোণাৰু ৰ পৰা ঔষধ ও তৈয়াৰ কৰিব পাৰি ]

Thursday, 2 May 2013

Maku [ মাকো ]

Maku [ মাকো ] A Weaving Shuttle Of Assam,Its Used By Assamese Weavers,Its Made From Bambo [ মাকো এবিধ অসমৰ তাতৰঁ সজুলি ইয়্ক অসমৰ হিপীনি সকলে ব্যৱহাৰ কৰে,ইয়াক বাহঁৰ পৰা ৈতৈয়াৰ কৰা হয় ]

Baan Bati [ বাণ বাতি ]

Baan Bati [ বাণ বাতি ] A Traditional Assamese Serving Blow,Its Made From Brass Metal And Used From The Day Of Royal Ahom Dynasty [ বাণ বাতি অসমত আহোম ৰজা সকলৰ দিনৰ পৰাই জা-জলপান খাবৰ বাবে ব্যৱহাৰ হৈ আছে,এতিও ইয়াৰ ব্যৱহাৰ চলি আছে  ]

Bota [ বতা ]

Bota [ বতা ],It Is A Bell Metal And Brass Have Been The Most Commonly Used Metals For The Assamese Artisan.The Bota Have Been In Used For Centuries,To Offer Tamul And Paan To Welcome Distinguished Guest [ বতা তাম  ধাতু পৰা তৈয়াৰ কৰা হয়,ঘৰলৈ আলহী আহিলে বতাত তামোল আৰু পান ৰাখি আলহীক খাবলৈ দিবলৈ ব্যৱহাৰ কৰা হয় ]

Khaloi [ খালৈ ]

Khaloi [ খালৈ ] A Fish Storage Equiment Of Assam,Its Made From Bambo [ খালৈ মাছ ধৰি মাছ বোৰ স৺ৰক্ষণ কৰিবলৈ বিৱহাৰ কৰা সজুলী ]